Search Result for 'ৰাস্না ৰাজখোৱা'

ক্ষুধার্ত্ত কৃষ্ণ গহ্বৰে কাষৰ গ্ৰহক ৰিক্ত কৰিব পাৰে

-ড০ ৰাস্না ৰাজখোৱা | বিজ্ঞানীসকলে পৃথিৱীৰ উপৰিও আন গ্ৰহত জীৱৰ অস্তিত্ব আৰু বাসোপযোগী স্থান বিচাৰি গৱেষণা কৰি থকাৰ সময়তে আন এটা গুৰুত্বপূৰ্ণ পৰিঘটনাৰ বিষয়ে অৱগত হৈছে। জ্যোৰ্তিবিদসকলে অতি শেহতীয়াকৈ কৰা গৱেষণাৰ ফলত ...

Read more

ভূ-চৌম্বকীয় মেৰু চাইেবৰিয়াৰ দিশলৈ সোমাই গৈছে

-ড০ ৰাস্না ৰাজখোৱা | পৃথিৱীৰ চৌম্বকক্ষেত্ৰৰ আকাৰ, গ্ৰহটোৰ উMৰ আৰু দক্ষিণ চুম্বকীয় মেৰুৰ উপৰিও সূৰ্যৰ পৰা অহা কণাৰ সোঁতৰ ওপৰত নিৰ্ভৰ কৰে। পৃথিৱীৰ চৌম্বক মেৰুটো গতি কৰি আছে। অপ্ৰত্যাশিতভাৱে কানাডাৰ দক্ষিণাঞ্চলৰ পৰা ...

Read more

বিজ্ঞানৰ নতুন তথ্য

-ড০ ৰাস্না ৰাজখোৱা | নতুনকৈ আৱিষ্কাৰ হোৱা বর্ণসংকৰ অজগৰে ফ্লৰিডাৰ দ্বীপ এভাৰগ্লেডচলৈ ভাবুকি আনিছে  ফ্লৰিডাৰ দক্ষিণ অঞ্চলত নতুনকৈ আৱিষ্কৃত হোৱা বর্ণসংকৰ অজগৰ (Hybrid Pythons)অবর্ণসংকৰ অজগৰতকৈ যথেষ্ঠ শক্তিশালী আৰু তাৰ পৰিৱেশৰ বাবে বেছি ...

Read more

অভিলেখ ভঙ্গকাৰীঃঅন্য তাৰকা ৰাজ্যৰ ৪ টা বৃহৎ গ্ৰহে এটা শিশু নক্ষত্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে

-ড০ ৰাস্না ৰাজখোৱা | এটা নতুন অধ্যয়নৰ প্ৰতিবেদন মতে, জ্যোর্তিবিজ্ঞানত প্ৰথমবাৰৰ কাৰণে, চাৰিটা বৃহৎ গ্ৰহ, এটা যুৱ নক্ষত্ৰৰ চাৰিওফালে চিনাক্ত কৰা হৈছে৷ চি আই টাও   নামৰ নক্ষত্ৰটো পৃথিৱীৰ পৰা ৫০০ আলোক ...

Read more

জলবায়ুৰ গুৰুত্বপূর্ণ আধা ডিগ্ৰী উষ্ণতা

-ড০ ৰাস্না ৰাজখোৱা | 2015 চনত পেৰিচত স্বাক্ষৰিত হোৱা চুক্তিত সকলো দেশে তেওঁলোকৰ দেশৰ কার্বন নির্গমন কমোৱাৰ আৰু গোলকীয় উষ্ণতাৰ 20  ছেলচিয়াছ (3.6 ফাৰেনহাইট) উচ্চসীমাত সীমাৱদ্ধ কৰাটো প্ৰতিশ্ৰুতি দিছিল৷ ভবা হৈছিল, এই ...

Read more

সংৰোপণৰ কাৰণে সংশ্লেষিত অংগ

-ড০ ৰাস্না ৰাজখোৱা | ত্ৰি-মাত্ৰিক জৈৱ প্ৰিণ্টাৰৰ দ্বাৰা জৈৱ চিঞাহী ব্যৱহাৰ কৰি শৰীৰৰ প্ৰয়োজনীয় অংগসমূহ প্ৰস্তুত কৰিবলৈ গৱেষক সকলে অবিৰাম চেষ্টা কৰি আছে৷ এই ক্ষেত্ৰত কিছু পৰিমাণে সফলো হৈছে৷ এনেদৰে প্ৰস্তুত কৰা ...

Read more

উপযুক্ত জলবায়ুৰ অভাৱে আঘাত কৰিছে

-ড০ ৰাস্না ৰাজখোৱা | তাপঃ গড় উষ্ণতা বৃদ্ধিৰ লগত প্ৰায়ে উদ্ভৱ হোৱা তাপ তৰংগৰ লগত উষ্ণতাৰ স্পষ্ট সর্ম্পক আছে৷ যেতিয়া তাপ তৰংগৰ উদ্ভৱ হয়, তেতিয়া তাৰ পৰিণাম কিমান ঋণাত্মক সেয়া জলজল পটপট৷ ...

Read more

ইটালিৰ পদাৰ্থ বিজ্ঞানীৰ ‘নিখুঁত পিজ্জা’ সূত্ৰ

-ড০ ৰাস্না ৰাজখোৱা | যদি আপুনি বিশ্বৰ বৈজ্ঞানিক ভাৱে আটাইতকৈ নিখুত পিজ্জা খাব বিচাৰিছে, তেন্তে দুটা উপায় আছে  ।প্ৰথমটো হ’ল ৰোমলৈ যাওঁক আৰু চৌকাৰ পৰা গৰমে গৰমে পাব পৰা এটা মাৰ্ঘেৰিটা পিজ্জা (Margherita pizza)ৰ অৰ্ডাৰ দিয়ক আৰু দ্বিতীয়টো হ’ল তাপগতি বিজ্ঞানৰ এটা দীঘল সমীকৰণৰ সমাধানৰ জৰিয়তে আেপানাৰ ঘৰৰ জৰাজীৰ্ণ বৈদ্যুতিক অভেনটোতে ইটালিৰ এটা ঐতিহ্যপূৰ্ণ পিজ্জাৰ সোৱাদ লওঁক । এইয়াই আছিল এই বছৰৰ পদাৰ্থ বিজ্ঞানৰ আৰ্কাইভত প্ৰকাশ হোৱা এখন নতুন গৱেষণা পত্ৰ “দ্য ফিজিক্স অৱ বেকিং গুড  পিজ্জা” (The Physics of Baking Good Pizza)ৰ বুনিয়াদী ভিত্তি। লোভনীয় এই অধ্যয়নটোত দুজন পদাৰ্থবিদ, ৰোমৰ ইন্সটিটিউট অৱ চুপাৰকণ্ডাক্টৰচ, অক্সাইডচ এণ্ড আদাৰ ইন’ভেটিভ মেটেৰিয়েলচ এণ্ড ডিভাইচেচৰ কৰ্মৰত আন্দ্ৰে ভাৰ্লাম’ভ (Andrey Varlamov of the Institute of Superconductors, Oxides and Other Innovative Materials and Devices in Rome) আৰু নৰ্ডান ইলিনইচ বিশ্ববিদ্যালয়ৰ (Northern Illinois University)ৰ  এণ্ডৰেচ গ্লাটজ  আৰু এজন খাদ্য নৃতত্ত্ববিদ (food ...

Read more

এক নিযুত প্রচেছৰ

-ড° ৰাস্না ৰাজখোৱা | এক নিযুত প্রচেছৰৰ সৈতে নতুন ছুপাৰ কম্পিউটাৰটো বিশ্বৰ আটাইতকৈ বেগী মগজু অনুকৰণকাৰী যন্ত্র        বিজ্ঞানীসকলে অতি সম্প্রতি বিশ্বৰ সৰ্ববৃহৎ মগজুটো সক্রিয় কৰিছে—ই হ’ল এক লাখ প্রচেছিং ক’ৰ (processing core) আৰু 1200 আন্তঃসংযোগী বর্তনীযুক্ত এটা ব্যৱস্থা যি ...

Read more

মাতৃ জিৰাফৰ দাগৰ চানেকি শিশু জিৰাফে বহন কৰে

-ড° ৰাস্না ৰাজখোৱা | শেহতীয়া গৱেষণা এটাৰ মতে, নৱজাতক জিৰাফৰ গাত থকা ডাঙৰ আৰু অনিয়মীয়া আকাৰৰ দাগ সিহঁতৰ প্রথম কেইমাহমানৰ কাৰণহে থাকে। আপুনি মাতৃ জিৰাফৰ ছালত থকা কোটৰ দাগ আৰু সিহঁতৰ গঁঠীয়া ...

Read more
Page 2 of 3 1 2 3

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?