Tag: The Physics of Baking Good Pizza

ইটালিৰ পদাৰ্থ বিজ্ঞানীৰ ‘নিখুঁত পিজ্জা’ সূত্ৰ

ইটালিৰ পদাৰ্থ বিজ্ঞানীৰ ‘নিখুঁত পিজ্জা’ সূত্ৰ

-ড০ ৰাস্না ৰাজখোৱা | যদি আপুনি বিশ্বৰ বৈজ্ঞানিক ভাৱে আটাইতকৈ নিখুত পিজ্জা খাব বিচাৰিছে, তেন্তে দুটা উপায় আছে  ।প্ৰথমটো হ’ল ৰোমলৈ যাওঁক আৰু চৌকাৰ পৰা গৰমে গৰমে পাব পৰা এটা মাৰ্ঘেৰিটা পিজ্জা (Margherita pizza)ৰ অৰ্ডাৰ দিয়ক আৰু দ্বিতীয়টো হ’ল তাপগতি বিজ্ঞানৰ এটা দীঘল সমীকৰণৰ সমাধানৰ জৰিয়তে আেপানাৰ ঘৰৰ জৰাজীৰ্ণ বৈদ্যুতিক অভেনটোতে ইটালিৰ এটা ঐতিহ্যপূৰ্ণ পিজ্জাৰ সোৱাদ লওঁক । এইয়াই আছিল এই বছৰৰ পদাৰ্থ বিজ্ঞানৰ আৰ্কাইভত প্ৰকাশ হোৱা এখন নতুন গৱেষণা পত্ৰ “দ্য ফিজিক্স অৱ বেকিং গুড  পিজ্জা” (The Physics of Baking Good Pizza)ৰ বুনিয়াদী ভিত্তি। লোভনীয় এই অধ্যয়নটোত দুজন পদাৰ্থবিদ, ৰোমৰ ইন্সটিটিউট অৱ চুপাৰকণ্ডাক্টৰচ, অক্সাইডচ এণ্ড আদাৰ ইন’ভেটিভ মেটেৰিয়েলচ এণ্ড ডিভাইচেচৰ কৰ্মৰত আন্দ্ৰে ভাৰ্লাম’ভ (Andrey Varlamov of the Institute of ...

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?