Jump to section
12. কাৰ অন্ধ চকুত
- 1. ইমান চনকা
- 2. ইমান ছবি অকলৈয়ে তই
- 3. উৰ উৰ উৰ অভ্ৰ ভেদি উৰ
- 4. এই যে অসীম নীলা ৰভা তৰি
- 5. এই শতিকাত জ্বল জ্যোতিকা
- 6. ওলাই আহ অ’ ওলাই আহ অ’
- 7. কবিতাৰে ছবি আঁক তই
- 8. কাঁইট জোঙৰ মাজতেই মোৰ
- 9. কাঁইটীয়া বনলৈ নাযাবি নাযাবি
- 10. কাঁইটীয়া সংসাৰতেই
- 11. কালৰ কোলাত জিলিকিছে জয়
- 12. কাৰ অন্ধ চকুত
- 13. কাৰ তেজ আজি
- 14. কাৰ সোঁৱৰণি
- 15. কাৰ হাঁহিটিয়ে মোৰ ফুলনিৰ
- 16. কাৰখানাৰ বনুৱা
- 17. কুক্ কুক্ কুক্
- 18. কেং কুৰু কেং কুৰু
- 19. কেতেকী সোলকা পুৰণি গঢ়ৰ
- 20. কেতেকীৰ গোন্ধ যদি
- 21. কোন কোন আহিছা আইক পূজিবলৈ
- 22. কোন ক’ত আছ আহ্ অ’
- 23. কোন জীৱনৰ মহাশিল্পীয়ে
- 24. কোনে ক’লে তোক মোৰ জীৱনত
- 25. কোনে ক’লে তোক শকতিবিহীনা বুলি
- 26. কোনে গীত গালি লুইতৰ শিলনিত
- 27. কোনে দুখীয়াৰ ভাতমুঠি কাঢ়ি
- 28. কোনে পাতিব খুজিছ সোণৰ দেশ
- 29. কোনে প্ৰাণ নোহোৱাক
- 30. গছে গছে পাতি দিলে
- 31. গাঁওখনি মোৰ ধুনীয়া
- 32. গাঁৱৰ ঘৰৰ মোৰ চোতালত
- 33. গাঁৱৰ ছোৱালী ! গাঁৱৰ ছোৱালী !
- 34. গাঁৱৰ বাঁহনি ডৰা
- 35. গাঁৱৰ বুকুত এই জগতৰ
- 36. গাঁৱৰ ল’ৰা গাবি গাঁৱৰ নাম
- 37. গাঁৱৰে জুপুৰি ইকৰাৰে সজা
- 38. গাঁৱৰে ডেকা মই
- 39. গাঁৱৰে সোণ অ’
- 40. গান বিচাৰি যাওঁতে মোক
কাৰ অন্ধ চকুত
জ্বলিছে দিব্যমণি
গন্ধবিভোৰ কোন বলিয়াই
আঁউসী নিশা
লেখ লেখিছে
তৰা গণি গণি
জ্বলিছে দিব্যমণি ৷
কোন নোপোৱাই ওআইছে সোণৰ খনি
খুদ বিচৰা কোন ভিকহুৰ
স্বপ্নত মিলে ননী ৷
আজি, মৰুভূমিৰ শুকান বালিত
ফুলিছে গোলাপ পাহি
চিৰ বেজাৰৰ
ওঁঠত জিলিকে
আগেয়ে নোপোৱা হাঁহি
সুৰৰ গানৰ
মোল নুবুজাই
বজাই মোহন বাঁহী
জগত উঠে হাঁহি ৷৷
Jump to section
12. কাৰ অন্ধ চকুত
- 1. ইমান চনকা
- 2. ইমান ছবি অকলৈয়ে তই
- 3. উৰ উৰ উৰ অভ্ৰ ভেদি উৰ
- 4. এই যে অসীম নীলা ৰভা তৰি
- 5. এই শতিকাত জ্বল জ্যোতিকা
- 6. ওলাই আহ অ’ ওলাই আহ অ’
- 7. কবিতাৰে ছবি আঁক তই
- 8. কাঁইট জোঙৰ মাজতেই মোৰ
- 9. কাঁইটীয়া বনলৈ নাযাবি নাযাবি
- 10. কাঁইটীয়া সংসাৰতেই
- 11. কালৰ কোলাত জিলিকিছে জয়
- 12. কাৰ অন্ধ চকুত
- 13. কাৰ তেজ আজি
- 14. কাৰ সোঁৱৰণি
- 15. কাৰ হাঁহিটিয়ে মোৰ ফুলনিৰ
- 16. কাৰখানাৰ বনুৱা
- 17. কুক্ কুক্ কুক্
- 18. কেং কুৰু কেং কুৰু
- 19. কেতেকী সোলকা পুৰণি গঢ়ৰ
- 20. কেতেকীৰ গোন্ধ যদি
- 21. কোন কোন আহিছা আইক পূজিবলৈ
- 22. কোন ক’ত আছ আহ্ অ’
- 23. কোন জীৱনৰ মহাশিল্পীয়ে
- 24. কোনে ক’লে তোক মোৰ জীৱনত
- 25. কোনে ক’লে তোক শকতিবিহীনা বুলি
- 26. কোনে গীত গালি লুইতৰ শিলনিত
- 27. কোনে দুখীয়াৰ ভাতমুঠি কাঢ়ি
- 28. কোনে পাতিব খুজিছ সোণৰ দেশ
- 29. কোনে প্ৰাণ নোহোৱাক
- 30. গছে গছে পাতি দিলে
- 31. গাঁওখনি মোৰ ধুনীয়া
- 32. গাঁৱৰ ঘৰৰ মোৰ চোতালত
- 33. গাঁৱৰ ছোৱালী ! গাঁৱৰ ছোৱালী !
- 34. গাঁৱৰ বাঁহনি ডৰা
- 35. গাঁৱৰ বুকুত এই জগতৰ
- 36. গাঁৱৰ ল’ৰা গাবি গাঁৱৰ নাম
- 37. গাঁৱৰে জুপুৰি ইকৰাৰে সজা
- 38. গাঁৱৰে ডেকা মই
- 39. গাঁৱৰে সোণ অ’
- 40. গান বিচাৰি যাওঁতে মোক