Search Result for 'গৌতম শৰ্মা '

যাদৱ পায়েঙৰ অৰণ্য গঢ়াৰ আন্দোলন

গৌতম শৰ্মা ব্যক্তিজনৰ সেউজ কৰ্ম আৰু বৰ্ণিল জীৱনৰ বিষয়ে শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত হোৱা অসমৰ একমাত্ৰ ব্যক্তিজন হৈছে সমগ্ৰ বিশ্বজুৰি অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েং ওৰফে মুলাই। ...

Read more

অৰণ্য: নামদফা ৰাষ্ট্ৰীয় উদ্যান

অৰণ্য গৌতম শৰ্মা বিভিন্ন জাতি, জনগোষ্ঠীৰ লগতে প্ৰকৃতিৰ অলেখ সৌন্দৰ্যই অত্যন্ত সমৃদ্ধিশালী ভাৰতভূমিৰ উত্তৰ-পূৰ্বাঞ্চল। এই অঞ্চলটোৰ মধুমিতা প্ৰকৃতিৰ লাস্যময়ী ৰূপৰ মাধুৰ্যই মানুহৰ মনোৰাজ্যত সদায় প্ৰবল খলকনি আৰু আলোড়নৰ সৃষ্টি কৰি আহিছে। প্ৰচুৰ ...

Read more

গুৱাহাটীৰ হৃদপিণ্ড আমচাং অভয়াৰণ্য

-গৌতম শৰ্মা | ওখ-ওখ চেগুণৰ লানি-লানি শাৰীয়ে সজোৱা ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীৰ বুকুতেই সংপৃক্ত হৈ থকা অসমৰ এখন প্ৰধান বন্যপ্ৰাণী অভয়াৰণ্য হৈছে আমচাং অভয়াৰণ্য। সৰ্বমুঠ ৭৮.৬৪ বৰ্গকিলোমিটাৰ মাটিকালিৰে আগুৰা আমচাং অভয়াৰণ্যখনৰ ভৌগোলিক ...

Read more

জিয়াভৰলী পাৰৰ নৈসৰ্গিকতা…

-গৌতম শৰ্মা | হিমালয়ৰ পূব প্ৰান্তত অৱস্থিত অসমৰ শোণিতপুৰ জিলাৰ সদৰৰ পৰা মাত্ৰ ৩৫ কিলোমিটাৰ দূৰত্বত অসম-অৰুণাচল সীমান্তত থকা সুবৃহৎ অৰণ্যখনেই হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান। ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ১৯২ কিলোমিটাৰ ...

Read more

জোনবিল মেলা

-গৌতম শৰ্মা | প্ৰচলিত কেতবোৰ সামাজিক উৎসৱ-পাৰ্বনে আৰু এইসমূহৰ সৈতে সংগতি ৰাখি পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা বিভিন্ন মেলাসমূহে জনসমাজৰ মাজত ঐক্য, সংহতি আৰু সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় কৰি গঢ়ি তোলাত সদায় সহায় কৰি ...

Read more

অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা

-গৌতম শৰ্মা | সাম্প্ৰতিক বিশ্বত পৰ্যটন উদ্যোগটোৱে ব্যাপকভাৱে প্ৰসাৰতা লাভ কৰিছে। এইক্ষেত্ৰত আমাৰ দেশ ভাৰতবৰ্ষও পিছপৰি ৰোৱা নাই। বিভিন্ন কাৰণৰ বশৱৰ্তী হৈ এজন লোক পৰ্যটকৰ শাৰীলৈ উন্নীত হ’ব পাৰে। পৰ্যটকসকলৰ ভ্ৰমণৰ উদ্দেশ্যক ...

Read more

বাখৰ পৰম্পৰাৰ ঐতিহাসিক গুৰুত্ব

-গৌতম শৰ্মা | মধ্যযুগৰ ভাৰতবৰ্ষত আঞ্চলিক ইতিহাসৰ বিকাশ অতিশয় মন কৰিবলগীয়া। এই বিশেষ সময়ছোৱাত হিন্দী, বাংলা, উৰিয়া, মাৰাঠী, ৰাজস্থানী, অসমীয়া, তামিল, সংস্কৃত আদিৰ সাহিত্যই প্ৰগতিৰ চূড়ান্ত শিখৰত আৰোহণ কৰিছিল। উদাহৰণস্বৰূপে, অসমত বুৰঞ্জী ...

Read more

জ্ঞানজ্যোতি গ্ৰন্থাগাৰঃ মাজুলীৰ এদল যুৱক-যুৱতীৰ ব্যতিক্ৰমী পদক্ষেপ

-গৌতম শৰ্মা | নানান প্রতিকূলতা, প্ৰতিবন্ধকতাৰে ভৰা আমাৰ আটায়ে মৰমৰ, হেঁপাহৰ সত্ৰনগৰী মাজুলী জিলাখন। বছৰি বান আৰু খহনীয়াৰ প্ৰবল প্ৰত্যাহ্বানে সত্ৰনগৰী খনৰ অস্তিত্বক নিতৌ সংকটাপন্ন কৰি অহা সময়ছোৱাতেই এটি ইতিবাচক বাতৰিয়ে আমালৈ ...

Read more

পবা সংৰক্ষিত বনাঞ্চল

-গৌতম শৰ্মা | উজনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত জৈৱ বৈচিত্ৰ্যতাৰ অনুপম নিদৰ্শন পবা হৈছে ধেমাজি জিলাৰ একমাত্র জীৱিত অৰণ্য। ২০,২২১ হেক্টৰ বনভূমিৰে আবৃত্ত পবা অৰণ্যখনৰ উত্তৰে অৰুণাচল প্ৰদেশ, পূব আৰু দক্ষিণ দিশত ...

Read more

আৰ্দ্ৰভূমিৰ সুৰক্ষা আৰু পানীদিহিং পক্ষী অভয়াৰণ্যৰ ভবিষ্যৎ

-গৌতম শৰ্মা | প্ৰকৃতিৰ নানান আপুৰুগীয়া সম্পদেৰে সমৃদ্ধিশালী অসমখন । ৰাজ্যখনৰ কেউপ্ৰান্তত সিঁচৰতি হৈ থকা ৱেটলেণ্ড তথা আৰ্দ্ৰভূমিবোৰ হৈছে এই প্ৰকৃতিয়েই অনবদ্য দান । সাধাৰণতে এই ৱেটলেণ্ডবোৰ হৈছে নদীৰ গতিপথে সৃষ্টি কৰা ...

Read more
Page 2 of 8 1 2 3 8

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?