Search Result for 'তনয় চক্ৰৱৰ্তী'

১০৫ ঘন্টাত ৭৫ কিলোমিটাৰ ৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰি বিশ্ব ৰেকৰ্ড হাইৱে অথৰিটিৰ

১০৫ ঘন্টাত ৭৫ কিলোমিটাৰ ৰাষ্ট্ৰীয় পথ নিৰ্মাণ তনয় চক্ৰৱৰ্তী মাত্ৰ ১০৫ ঘন্টা ৩৩ মিনিট সময়ৰ ভিতৰতে ৭৫ কিলোমিটাৰ পথ নিৰ্মাণ কৰি বিশ্ব ৰেকৰ্ড কৰিলে ভাৰত চৰকাৰৰ পৰিবহন মন্ত্ৰালয়ৰ অধীনৰ নেশ্যনেল হাইৱে অথৰিটি ...

Read more

১২ বছৰীয়া কিশোৰে আৱিষ্কাৰ কৰিলে বিৰল প্ৰজাতিৰ ডাইন’ছৰৰ ফচিল

ডাইন'ছৰৰ ফচিল তনয় চক্ৰৱৰ্তী নাথান হাৰ্শ্বকিন। বয়স মাত্ৰ ১২ বছৰ। যোৱা বছৰৰ জুলাই মাহত দেউতাক ডিয়ন হাৰ্শ্বকিনৰ সৈতে নাথানে ফুৰিবলৈ গৈছিল কানাডাৰ দক্ষিণ অ্যালবাৰ্টালৈ। বিলুপ্ত প্ৰাণীৰ ফচিলেৰে সমৃদ্ধ অ্যালবাৰ্টা অঞ্চল। সেই কাৰণেই ...

Read more

ভয়েজাৰ-১ মহাকাশযানৰ পৰা ভুল তথ্য অহাত শংকিত বিজ্ঞানীমহল

ভয়েজাৰ-১ তনয় চক্ৰৱৰ্তী সূৰ্যৰ আওতাৰ বাহিৰৰ খবৰ প্ৰেৰণ কৰিছিল 'নাছা'ৰ দুখন মহাকাশযানে। সৌৰজগতৰ প্ৰান্তসীমা অতিক্ৰম কৰি তীব্ৰ গতিৰে আগবাঢ়ি আছে ভয়েজাৰ-১ নামৰ মহাকাশযানে। ৩৫ বছৰৰ আগতে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা'নাছা'ৰ পৰা উৎক্ষেপণ ...

Read more

প্ৰশান্ত মহাসাগৰত ১০ কোটি বছৰ শুই থকা তেওঁলোক এতিয়া জাগি উঠিছে

প্ৰশান্ত মহাসাগৰত ১০ কোটি বছৰ তনয় চক্ৰৱৰ্তী ৰামায়ণৰ এক চৰিত্ৰ কুম্ভকৰ্ণ বছৰটোত শুইছিল ছমাহ, কিন্তু এই জীৱই শুই আছিল প্ৰায় ১০ কোটি বছৰ! হয়, এতিয়া তেওঁলোকৰ টোপনি ভাঙিছে। ইমানদিন , ১০ কোটি ...

Read more

ফাচ্টেগ এবছৰৰ ভিতৰতে বিদায় ল’ব , টোল আদায়ৰ ভৰষা এইবাৰ উপগ্ৰহ

ফাচ্টেগ এবছৰৰ ভিতৰতে বিদায় ল'ব তনয় চক্ৰৱৰ্তী যোৱা বছৰ(২০২১)ৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগৰপৰা সমগ্ৰ ভাৰত জুৰি সমস্ত গাড়ীৰ পৰা টোল টেক্স সংগ্ৰহ কৰিবলৈ ৰীতিমতে হুইপ জাৰি কৰি নিশাটোৰ ভিতৰতেই 'ফাচ্টেগ' ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰিছিল ...

Read more

৮ বছৰৰ ৰেকৰ্ড ভংগ কৰিলে ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতিয়েঃ নজীৰবিহীন!

ৰেকৰ্ড ভংগ কৰিলে ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতিয়ে তনয় চক্ৰৱৰ্তী বিগত ৮ বছৰৰ ৰেকৰ্ড ভংগ কৰি নতুন ৰেকৰ্ড সৃষ্টি কৰিলে ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ( Retail Inflation)য়ে। মাৰ্চ মাহত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৬.৯৫% ; ...

Read more

শ্ৰীলংকাত অৰ্থনৈতিক জৰুৰী অৱস্থা কিয় ?

জৰুৰীকালীন অৱস্থা ঘোষণা শ্ৰীলংকাত • তনয় চক্ৰৱৰ্তী শ্ৰীলংকাৰ চৰকাৰে কাগজৰ অভাৱৰ বাবে কেৱলমাত্ৰ ১০ লাখ শিক্ষাৰ্থীৰ পৰীক্ষা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰাতেই দেশখনৰ ভয়াবহ অৰ্থনৈতিক পৰিস্থিতি ফুটি উঠিছে। এতিয়া পৰিস্থিতি এনে হৈছে যে ...

Read more

পৃথিৱীৰ পিছত এইবাৰ বৃহস্পতিৰ যঁজা গ্ৰহ

বৃহস্পতিৰ যঁজা গ্ৰহৰ সন্ধান •তনয় চক্ৰৱৰ্তী জ্যোতিৰ্বিজ্ঞানী সকলে এটা নতুন গ্ৰহৰ সন্ধান পাইছে। গ্ৰহটো হুবহু বৃহস্পতি গ্ৰহৰ দৰেই। গ্ৰহটোৰ ভৰ বৃহস্পতি গ্ৰহৰ সমানেই। সেইবাবে জ্যোতিৰ্বিজ্ঞানী সকলে নতুনকৈ সন্ধান পোৱা গ্ৰহটোক বৃহস্পতি গ্ৰহৰ ...

Read more

১০০ ফুট দীঘল গাড়ী চলিল আমেৰিকাৰ পথত

১০০ ফুট দীঘল গাড়ীঃ দ্যা আমেৰিকান ড্ৰিম • তনয় চক্ৰৱৰ্তী যদিও গাড়ী, দেখিবলৈ সাইলাখ ৰেলগাড়ী, আৰু গাড়ীখনৰ ভিতৰত চূড়ান্ত বিলাসীতাৰ পয়োভৰ। গাড়ীখন ১০০ ফুটতকৈও অধিক দীঘল! গাড়ীখনৰ ভিতৰত আছে এটা সুন্দৰ 'চুইমিং ...

Read more

বিশ্বৰ সুখী দেশঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

সুখী দেশ •তনয় চক্ৰৱৰ্তী একেৰাহে পঞ্চমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি ফিনলেণ্ডক বিশ্বৰ সবাতোকৈ সুখী দেশ হিচাপে ঘোষণা কৰা হৈছে আৰু সবাতোকৈ অসুখী দেশ হিচাপে আফগানিস্তানে স্থান লাভ কৰিছে। যোৱা বছৰ সেইখন ...

Read more
Page 3 of 8 1 2 3 4 8

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?