Jump to section
9. পৃথিৱীৰ চকুপানী কোনে মচি
- 1. নৱজীৱনৰ শিল্পী মই
- 2. পখিলা পাখিত ইমান ধুনীয়া
- 3. পখিলা পাখিৰে পাল নতৰিবি
- 4. পাখি কৰে ৰুণ্ ৰুণ্
- 5. পুৱতিৰ গানকেই লিখি শেষ
- 6. পুৱাৰ বকুল বুটলি
- 7. পৃথিৱী ধুনীয়া কৰিব লাগিব
- 8. পৃথিৱীত থাপিবলে’ শান্তি
- 9. পৃথিৱীৰ চকুপানী কোনে মচি
- 10. পোহৰ দেশৰ পখিলাৰ জাকে
- 11. পোহৰ নপৰা ফুলত আছিলে
- 12. পোহৰৰ ফোঁট পিন্ধি কপালত
- 13. প্ৰণতি প্ৰণতি প্ৰণতি
- 14. পৰ্বততে ফুলিলে ৰঙানোকৈ
- 15. ফুলাম পালৰ নাও
- 16. ফুলে ফুলে মউপিয়া উৰে
- 17. ফুলৰ কলিক ফুলাৰ মন্ত্ৰ
- 18. ফুলৰ ছাঁ তই
- 19. ফুলৰ পাহিত কোনে থৈ গলি
- 20. ফুলৰ লগত কথা পতা
- 21. ফুলৰে মৌ খাম
- 22. বগা ডাৱৰৰে নাও
- 23. বগা তগৰৰে পাহি
- 24. বন গাঁৱলৈ যাবি
- 25. বন মইনাৰ মাত শুনি –
- 26. বনত ফুলা বনৰীয়া ফুল
- 27. বনত ফুলা বসন্তৰ নেদেখা ফুলে
- 28. বন্ধু সুন্দৰ, তোৰ পদুমফুলীয়া
- 29. বনৰ আঁৰত কোনে কান্দি যাৱ
- 30. বনৰ পখিলা ধৰা বন ছোৱালী
- 31. বনৰীয়া আমি বনৰ চৰাই
- 32. বসন্ত তোৰ লেখনীডালি
- 33. বাইদেউ বাইদেউ
- 34. বাৰিষাৰ বৰষুণ
- 35. বাৰিষাৰে ঘন ঘোৰ
- 36. বিজুলি বাঁতিৰে চাকি জ্বলোৱা
- 37. বিজুলী চাকি জ্বলিল ঘৰে ঘৰে
পৃথিৱীৰ চকুপানী
কোনে মচি দিবি আজি
সাজি দিবি পোহৰৰ নৱ বাস্তৱ,
দুৱাৰে দুৱাৰে গৈ
দুখিতৰ ঘৰে ঘৰে
অন্ধক চকু দিয়
নিৰাশাক আশা দিয়
মুকক ভাষা দিয়
নিৰ্জীৱক জীৱ দিয়
গানেৰে সুৰেৰে দিয়
জীৱনৰ দৃষ্টি অভিনৱ৷
জনতাৰ প্ৰাণে প্ৰাণে
জ্বলালি কি সঞ্জীৱনী শিখা
কপালত লিখি দিলি
বুকুৰ তেজেৰে তোৰ
কিনো নৱতম ভাগ্য-লিখা
যুগাগ্ৰগামী—— নৱ জনজীৱনৰ বিপ্লৱী-শিল্পী
অনাগত কালৰ জ্বল’ জ্যোতি ৰেখা
ভাবিস্যতিকা চিত্ৰলেখা৷৷
Jump to section
9. পৃথিৱীৰ চকুপানী কোনে মচি
- 1. নৱজীৱনৰ শিল্পী মই
- 2. পখিলা পাখিত ইমান ধুনীয়া
- 3. পখিলা পাখিৰে পাল নতৰিবি
- 4. পাখি কৰে ৰুণ্ ৰুণ্
- 5. পুৱতিৰ গানকেই লিখি শেষ
- 6. পুৱাৰ বকুল বুটলি
- 7. পৃথিৱী ধুনীয়া কৰিব লাগিব
- 8. পৃথিৱীত থাপিবলে’ শান্তি
- 9. পৃথিৱীৰ চকুপানী কোনে মচি
- 10. পোহৰ দেশৰ পখিলাৰ জাকে
- 11. পোহৰ নপৰা ফুলত আছিলে
- 12. পোহৰৰ ফোঁট পিন্ধি কপালত
- 13. প্ৰণতি প্ৰণতি প্ৰণতি
- 14. পৰ্বততে ফুলিলে ৰঙানোকৈ
- 15. ফুলাম পালৰ নাও
- 16. ফুলে ফুলে মউপিয়া উৰে
- 17. ফুলৰ কলিক ফুলাৰ মন্ত্ৰ
- 18. ফুলৰ ছাঁ তই
- 19. ফুলৰ পাহিত কোনে থৈ গলি
- 20. ফুলৰ লগত কথা পতা
- 21. ফুলৰে মৌ খাম
- 22. বগা ডাৱৰৰে নাও
- 23. বগা তগৰৰে পাহি
- 24. বন গাঁৱলৈ যাবি
- 25. বন মইনাৰ মাত শুনি –
- 26. বনত ফুলা বনৰীয়া ফুল
- 27. বনত ফুলা বসন্তৰ নেদেখা ফুলে
- 28. বন্ধু সুন্দৰ, তোৰ পদুমফুলীয়া
- 29. বনৰ আঁৰত কোনে কান্দি যাৱ
- 30. বনৰ পখিলা ধৰা বন ছোৱালী
- 31. বনৰীয়া আমি বনৰ চৰাই
- 32. বসন্ত তোৰ লেখনীডালি
- 33. বাইদেউ বাইদেউ
- 34. বাৰিষাৰ বৰষুণ
- 35. বাৰিষাৰে ঘন ঘোৰ
- 36. বিজুলি বাঁতিৰে চাকি জ্বলোৱা
- 37. বিজুলী চাকি জ্বলিল ঘৰে ঘৰে